Assamese Wikisource Workshop, Guwahati/Feedback/Bhaskarjyoti Bhuyan
- Event planning
- Training
- Logistics
- Management
Please do not use anyones real names and use Usernames only. Feel free to use your language to provide the feedback, if you wish.
For private feedback, send an email to titocis-india.org. For unidentified feedback, please use this form
Share your detailed feedback here:
- Please summarize your experience in this program in 2-3 sentences? (How was your experience, was it helpful? Be innovative! You may write in text, or upload a video/audio etc)
- Ans: বৰ ভাল অভিজ্ঞতা হ'ল | সকলোৰে সহযোগিতা সুন্দৰ আছিল |
- Please explain what went well during the workshop?(write in details, please)
- Ans: ৱৰ্কশ্বপত অংশ ল'বলৈ পায় যথেষ্ট সুখী | ভাষাটোক ইন্টাৰনেটত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত এই কৰ্মশালাই যথেষ্ট জ্ঞান দিলে | কাৰীকৰী দিশৰ লগতে ৱিকিউতস আৰু ৱিকিপিডিয়াৰ সামগ্ৰিক বিষয়বোৰ বুজাত এই কৰ্মশালাটোৱে সহায় কৰিলে |
- Please explain what are the areas that can be improved and would you have liked to be different? (how could we improve the workshop, write in details, please)
- Ans: এই বিষয়ে মোৰ ক'বলগা নাই |
- What did you learn in the program?
- Ans : নতুন পৃষ্ঠাৰ সৃষ্টি কৰা, সম্পাদনা কৰা, ফটো ইডিট কৰা, প্ৰসংগসূত্ৰ ভৰোৱা আদি বিষয়বোৰ শিকিলোঁ |
- What learnings you gained from this program will you share with other community members and how?
- Ans: ব্যক্তিগত বা সামাজিক মাধ্যমেৰে, কৰ্মশালাৰ আয়োজন কৰি |
- What are the future activities you wanted to plan after this event?
- Ans: অসমীয়া ভাষাটোৰ বিভিন্ন বিষয়বোৰ যিমান পাৰোঁ, পুৰণা কতাপবোৰ যিমান পাৰো, সংগ্ৰহ কৰি ৱিকিউতস আৰু ৱিকিপিডিয়াত সংৰক্ষণ কৰাৰ চেষ্টা কৰিম |