Fundraising 2011/Jimmy Letter 003/as

Translation instructions
  • For pages marked "Missing" or "In progress", click the page title and start translating. When you are done, click "edit status" and change the status to proofreading.
  • For pages marked "Needs updating", compare the page to the source page and update the translation accordingly. When you are done, click "edit status" and change the status to proofreading.
  • It is important to have someone else proofread the translated page! If you have proofread a page and it is ready for publication, click "edit status" and change that page's status to ready.
  • If you are changing something that has already been published, change its status back to ready for it to be published again.

If you have any questions or feedback regarding the translation process, please post them here. Translation FAQ

গুগলৰ চাৰ্ভাৰৰ সংখ্যা প্ৰায় এক নিযুত। তেনেদৰে য়াহুৰ কৰ্মচাৰীৰ সংখ্যা প্ৰায় ১৩,০০০, আমাৰ চাৰ্ভাৰ মাত্ৰ ৬৭৯টা আৰু ৯৫জন কৰ্মাচাৰী।

ৱিকিপিডিয়া আৰু ইয়াৰ ভগ্নী প্ৰকল্প সমূহ বিশ্বৰ পঞ্চম বৃহত্তম ৱেবচাইট, প্ৰতিমাহে ই প্ৰায় ৪৭০নিযুত জন মানুহৰ মাজৰ জ্ঞান প্ৰসাৰ কৰে - য’ত প্ৰতি মাহে পৃষ্ঠা দৰ্শণৰ পৰিসংখ্যা বহু কোটি হয়।

বাণিজ্য থিক আছে, বিজ্ঞাপন প্ৰচাৰ কৰাতোও বেয়া নহয়, কিন্তু এইবোৰ ৱিকিপিডিয়াৰ অন্তৰ্ভূক্ত নহয় কেতিয়াও।

SITENAME বিশেষ। ই এক ৰাজহুৱা গ্ৰন্থাগাৰৰ দৰে বা এখন ৰাজহুৱা ঊদ্যানৰ দৰে। ই এক প্ৰজ্ঞাৰ মন্দিৰ। ই এনে এক ক্ষেত্ৰ য’ত আমি সকলোৱে মুক্তভাৱে ভাবিব পাৰো, শিকিব পাৰো, লগতে আমাৰ জ্ঞানসমূহ এজনে আনজনৰ লগত বিনিময় কৰিব পাৰো।

যেতিয়া ম‍ই ৱিকিপিডিয়া প্ৰতিষ্ঠা কৰিছিলো, বানিজ্যিক বিজ্ঞাপন প্ৰচাৰ কৰি ম‍ই ইয়াক এক লাভজনক ব্যৱসায় হিচাপে গঢ়ি তুলিব পাৰিলোঁহেতেন, কিন্তু ম‍ই কিছু পৃথক কৰাৰ সিদ্ধান্ত ল’লো। আমি বছৰ ধৰি ইয়াক সুদৃঢ় কৰি ৰখাৰ বাবে অশেষ চেষ্টা কৰিলো, আৰু আমি সফল হ’লো আমাৰ এই অভিযানত।

যদি এই লেখাটো এদিনত পঢ়া প্ৰতিজন পঢ়ুৱৈয়ে ১০০টকাকৈও দান আগবঢ়াই সেইয়া আমাৰ এবছৰৰ খৰচৰ বাবে যতেষ্ঠ হ’ব। কিন্তু সকলোৱে সিমানখিনি দিব নোৱাৰে বা নিদিয়ে। সেইয়া থিক আছে। প্ৰতি বছৰে যতেষ্ঠ সংখ্যাক মানুহে দান দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই বছৰ আপুনিও ১০০টকা, ২০০টকা, ৩০০০টকা বা আপুনি বিচৰা ধৰণেৰে যিকোনো পৰিমাণৰ বৰঙণি আগবঢ়াব পাৰে।

ধন্যবাদ,

জিম্মী ৱেলচ
ৱিকিপিডিয়াৰ প্ৰতিষ্ঠাপক